1. বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 21 March
2. বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 7 April
3. ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 28 February
4. বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 22 March
5. বসুধা দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 22 April
6. ধপাত নিষিদ্ধ দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 31 May
7. বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 11 July
8. বিশ্ব পৰ্যটন দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 27 September
9. বিশ্ব ৰক্তদাতা দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 14 June
10. ভাৰতীয় বায়ুসেনা দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 8 October
11. অসম দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 2 December
12. শিল্পী দিৱস কেতিয়া পালন কৰা হয়?
Ans : 17 January
13. গণতন্ত্ৰ দিৱস কেতিয়া পালন কৰা হয়?
Ans : 26 January
14. বীৰ চিলাৰায় দিৱস কেতিয়া পালন কৰা হয়?
Ans : 16 February
15. নাৰী দিৱস কেতিয়া পালন কৰা হয়?
Ans : 8 March
16. শ্ৰমিক দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 1 May
17. মাতৃ দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 5 May
18. বিশ্বৰ পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়?
Ans : 5 June
19. বিষ্ণুৰাভা দিৱস কেতিয়া পালন কৰা হয়?
Ans : 20 June
20. গান্ধী জয়ন্তী কেতিয়া পালন কৰা হয়?
Ans : 2 October
21. শিশু দিৱস কেতিয়া পালন কৰা হয়?
Ans : 14 November
22. লাচিত দিৱস কেতিয়া পালন কৰা হয়?
Ans : 2 December
23. প্ৰতিবন্ধী দিৱস কেতিয়া পালন কৰা হয়?
Ans : 3 December
24. মানৱ সম্পদ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়?
Ans : 10 December
25. স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয়?
Ans : 15 August
26. শিক্ষক দিৱস কেতিয়া পালন কৰা হয়?
Ans : 5 September
27. পৰ্যটক দিৱস কেতিয়া পালন কৰা হয়?
Ans : 27 September
28. ৰাষ্ট্ৰীয় সংকল্প দিৱস কেতিয়া পালন কৰা হয়?
Ans : 31 December
29. ৰাষ্ট্ৰীয় পৰ্যটন দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 25 January
30. শ্বহীদ দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 30 January
31. বিশ্ব জলাশয় দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 2 February
32. বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 12 June
33. নৌ সেনা দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 4 December
34. নেলচন মেণ্ডেলা আন্তৰ্জাতিক দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 18 July
35. ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 29 August
36. হিন্দী দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 14 September
37. ভাৰতীয় বায়ুসেনা দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 8 October
38. অসম ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 17 October
39. অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 26 December
40. কৃষক দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 23 December
0 Comments