Science gk in Assamese190+ qun ans

#science #gk #assmese 

190+ questions answers 

#assamjobhome

বিজ্ঞানভিত্তিক সাধাৰণ জ্ঞান

1. প্ৰশ্ন:সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয়?
উত্তৰ:- ভিটামিন D।
2. প্ৰশ্ন:কিহৰ মাধ্যমত হৃৎপিণ্ডৰ পৰা তেজ দূৰলৈ যায়?
উত্তৰ:- ধমনীৰ মাধ্যমত।
3.প্ৰশ্ন:মানুহৰ মগজুত থকা স্নায়ুকোষৰ সংখ্যা কিমান?
উত্তৰ:- প্ৰায় ৪০০০ নিযুত।
4.প্ৰশ্ন:ভিটামিন 'C' ৰ আন এটা নাম কি?
উত্তৰ:- এচকাৰবিক্ এচিড।
5.প্ৰশ্ন:ঘোঁৰাৰ দাঁত কেইটা?
উত্তৰ:- মাইকী ঘোঁৰাৰ ৩৬ টা আৰু মতা ঘোঁৰাৰ ৪০ টা।
6.প্ৰশ্ন:আটাইতকৈ দীৰ্ঘজীৱি প্ৰাণী কি?
উত্তৰ:- কাছ (প্ৰায় ৫০০ বছৰ জীয়াই থাকে)।
7.প্ৰশ্ন:অধিক শিৰা থকা প্ৰণী কি?
উত্তৰ:- সাপ।    
8.প্ৰশ্ন:বংশগতিৰ একক কি?
উত্তৰ:- জিন ।
9.প্ৰশ্ন:ৰাডাৰ (RADAR) ৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰ:- Radio Detection and Ranging.
10.প্ৰশ্ন:পানীৰ গভীৰতা জোখৰ একক কি?
উত্তৰ:- ফেডাম।
11.প্ৰশ্ন:অক্সিজেনৰ গ্ৰাম আনৱিক ভৰ কিমান?
উত্তৰ:- ৩২ গ্ৰাম।
12.প্ৰশ্ন:সুস্হ মানুহ এজনৰ শৰীৰৰ সাধাৰণ উত্তাপ কিমান?
উত্তৰ:- ৩৭ ° চেলছিয়াচ। ( ৯৮.২° ফাৰেনহাইট )
13.প্ৰশ্ন:মানৱদেহৰ কোন অংশত ইউৰিয়া উৎপন্ন হয়?
উত্তৰ:- যকৃত।
14.প্ৰশ্ন:সূৰ্য্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লয়?
উত্তৰ:- প্ৰায় ৮ মিনিট।
15.প্ৰশ্ন:চিমেন্টৰ অত্যাৱশ্যকীয় উপাদানটো কি?
উত্তৰ:- চূণশিল।
16.প্ৰশ্ন:মানুহৰ বৈজ্ঞানিক নাম কি?
উত্তৰ:- হোমোচেপিয়ান।
17.প্ৰশ্ন:প্ৰাণী দেহত হৰ'মন সৃষ্টিকাৰী গ্ৰন্হিক কি বোলে?
উত্তৰ:- এডোক্ৰাইন।
18.প্ৰশ্ন:উদ্ভিদৰ উচ্চতামাপক যন্ত্ৰটোৰ নাম কি?
উত্তৰ:- আৰ্কইণ্ডিকেটৰ।
19.প্ৰশ্ন:মানৱদেহত থকা ক্ৰমোজমৰ সংখ্যা কিমান?
উত্তৰ:- ২৪ যোৰ।
20.প্ৰশ্ন:মানৱ দেহত কি গ্ৰুপৰ তেজ থাকিলে সকলো গ্ৰুপৰে তেজ গ্ৰহণ কৰিব পাৰে?
উত্তৰ:- AB গ্ৰুপ।
21.প্ৰশ্ন:আটাইতকৈ সৰল প্ৰ'টিন কি?
উত্তৰ:- গ্ৰাইচিন।
22.প্ৰশ্ন:যক্ষ্মা ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ নাম কি?
উত্তৰ:- টিউবাৰ কুলেচিচ্ বেক্টেৰিয়া।
23.প্ৰশ্ন:কোনটো মৌলৰ অভাৱত হাড়ৰ বৃদ্ধি পায়?
উত্তৰ:- ফচফৰাচ্।
24.প্ৰশ্ন:মানুহৰ শৰীৰত কেইবিধ খনিজ পদাৰ্থ আছে?
উত্তৰ:- ১৩ বিধ।
25.প্ৰশ্ন:পোহৰৰ গতিবেগ কিমান?
উত্তৰ:- ৩০০০০০ কিঃমিঃ/ছেকেণ্ড।
26.প্ৰশ্ন:আপেক্ষিকবাদ মতবাদৰ জনক কোন?
উত্তৰ:- এলবাৰ্ট আইনষ্টাইন।
27.প্ৰশ্ন:গাড়ীত কি দাপোণ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- উত্তল দাপোণ।
28.প্ৰশ্ন:পটাচিয়াম নাইট্ৰেট কি কামৰ বাবে ব্যৱহাৰ হয়?
উত্তৰ:- বাৰুদ বনোৱাৰ বাবে।
29.প্ৰশ্ন:লুমেন কিহৰ একক?
উত্তৰ:- জ্যোতি তীব্ৰতা।
30.প্ৰশ্ন:কেচুৰ চকু কেইটা?
উত্তৰ:- কেচুৰ চকু নাই।
31.প্ৰশ্ন:'ব্লেক হল' সিদ্ধান্ত কোনজন বিজ্ঞানীৰ আছিল?
উত্তৰ:- এছ. চন্দ্ৰশেখৰ।
32.প্ৰশ্ন:মৰিচিকা হোৱাৰ কাৰণ কি?
উত্তৰ:- আভ্যন্তৰিণ পূৰ্ণ প্ৰতিফলন বাবে।
33.প্ৰশ্ন:সকলোতকৈ দহনশিল গেছ কি?
উত্তৰ:- হাইড্ৰ'জেন।
34.প্ৰশ্ন:কি ধাতু তৰল অৱস্হাত থাকে?
উত্তৰ:- পাৰা।
35.প্ৰশ্ন:ইলেকট্ৰন আৱিস্কাৰ কৰা বিজ্ঞানী জনৰ নাম কি?
উত্তৰ:- জে. জে. থমচন।
36.প্ৰশ্ন:আটাইতকৈ কোমল ধাতু বিধৰ নাম কি?
উত্তৰ:- লিথিয়াম।
37.প্ৰশ্ন:ভাৰতৰ প্ৰথম পাৰমাণবিক চুলাটোৰ নাম কি?
উত্তৰ:- ‍অপ্সাৰা।
38.প্ৰশ্ন:আধুনিক ৰসায়ন বিজ্ঞানৰ জনক কোন?
উত্তৰ:- এণ্টানি লেভয়চিয়াৰ।
39.প্ৰশ্ন:পায়ৰিয়া ৰোগে মানুহৰ শৰীৰত কোন অংশত অপকাৰ কৰে?
উত্তৰ:- দাঁত।

বিজ্ঞানৰ প্ৰশ্ন উত্তৰ || Science Question Answer in Assamese

40.প্ৰশ্ন:সৰ্বাধিক ব্যৱহাৰ কৰা ধাতু বিধ কি?
উত্তৰ:- লো।
41.প্ৰশ্ন:কেন্সাৰ ৰোগৰ চিকিৎসাত কি মৌল ব্যৱহাৰ কৰা হয়?
উত্তৰ:- কোবাল্ট।
42.প্ৰশ্ন:কেঁচাফল পকাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- কাৰ্বাইড।
43.প্ৰশ্ন:প্ৰৱাহিত পানী নাইবা কোনো দ্ৰৱৰ গতি জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি?
উত্তৰ:- টেকোমিটাৰ।
44.প্ৰশ্ন:নিউটন কিহৰ একক?
উত্তৰ:- MKS পদ্ধতিত বলৰ একক।
45.প্ৰশ্ন:ধাতুৰ টুকুৰা জোৰা লগাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- এচিটিলিন।
46.প্ৰশ্ন:AC আৰু DC কাৰেন্ট পাবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- ৰেক্টিফায়াৰ।
47.প্ৰশ্ন:কি পদ্ধতিত সুৰ্য্যৰ তাপ পৃথিৱীলৈ আহে?
উত্তৰ:- বিকিৰণ পদ্ধতি।
48.প্ৰশ্ন:বায়ুৰ গতি আৰু বল জোখা যন্ত্ৰটোৰ নাম কি?
উত্তৰ:- এনিম'মিটাৰ।
49.প্ৰশ্ন:CGS পদ্ধতিত শক্তিৰ একক কি?
উত্তৰ:- আৰ্গ।
50.প্ৰশ্ন:পিতলত কি কি ধাতু থাকে?
উত্তৰ:- তাম আৰু দস্তা।
51.প্ৰশ্ন: আটাইতকৈ বিষাক্ত মৌল বিধৰ নাম কি ?
উঃ পুটোনিয়াম।
52.প্ৰশ্ন: পৰীক্ষামূলকভাৱে প্রথম ভূ-গর্ভত পৰমাণু বােমাৰ বিস্ফোৰণ ঘটোৱা দেশখনৰ নাম কি ?
উঃ বৃটেইন ।
53.প্ৰশ্ন: আটাইতকৈ গধুৰ গেছীয় মৌলবিধ কি ?
উঃ ৰেডন।
54.প্ৰশ্ন: বর্ষাৰ আৰম্ভণিতে মেঘৰ গাজনিত আকাশৰ পৰা নামি অহা বিদ্যুৎক্ষৰণে মাটিৰ বুকুত কি এৰি দিয়ে ?
উঃ নাইট্ৰজেন অক্সাইড।
55.প্ৰশ্ন:বিজুলী বাতিৰ ফিউজ তাৰ প্রস্তুত কৰিবলৈ সাধাৰণতে কি পদার্থ ব্যৱহাৰ কৰা হয়।
উ: টিন আৰু সীহৰ ধাতু।
56.প্ৰশ্ন: "বেঘনীসেহাসুৰ" - কি?
উ: বগা পােহৰত থকা সাতটা ৰঙৰ সমষ্টি । যেনে - বেঙুনীয়া, ঘননীলা,নীলা, সেউজীয়া, হালধীয়া, সুমিথিৰা আৰু ৰঙা।
57.প্ৰশ্ন: অনার্তাৰ যােগে প্রথম বাতৰি প্রেৰণ কৰা বিজ্ঞানীজনৰ নাম কি ?
উঃ মার্কনী।
58.প্ৰশ্ন:প্রথম ছপাশাল স্থাপন কৰা ব্যক্তিজন কোন ?
উ: উইলিয়াম কেক্সটোন ।
59.প্ৰশ্ন: চুম্বকে কি কি আকর্ষণ কৰে ?
উ: লাে, নিকেল আৰু কোবাল্ট।
60.প্ৰশ্ন: পদার্থ বিজ্ঞানত প্রথম নােবেল বটা পােৱা বিজ্ঞানীজনৰ নাম কি?
উঃ উইলহেম বণ্টজেন ।
61.প্ৰশ্ন: ফ্ৰিজত ব্যৱহাৰ কৰা শীতলকাৰক বিধৰ নাম কি ?
উঃ ফ্রিয়ন ।
62.প্ৰশ্ন: টিউব লাইটত নিয়ন গেছ প্রথম কোনে ব্যৱহাৰ কৰে ?
উঃ ফৰাচী বিজ্ঞানী ক্লাইভে ১৯১০ চনত ।
63.প্ৰশ্ন: কোন গৰাকী পদার্থ বিজ্ঞানীয়ে নার্জী বাহিনীৰ কবলৰ পৰা নিজৰ নােবেল বঁটা পদকটো ৰক্ষা কবিবলৈ তাক এচিডত দ্রবীভূত কৰি ৰাখি পিচত দ্রবণখিনিৰ পৰা পুনৰ পদকটো গঢ়াই লৈছিল ?
উঃ নীলচ ব'ৰ ।
64.প্ৰশ্ন: হাতঘড়ী প্রথম কেতিয়া, ক'ত সাজি উলিওৱা হৈছিল ?
উঃ ১৭৯০ চনত চুইজাৰলেগুত ।
65.প্ৰশ্ন: উদ্ভিদৰ সালােক সংশ্লেষণ প্রক্রিয়াৰ অক্সিজেন কৰ পৰা আহে ?
উঃ পানীৰ পৰা।
66.প্ৰশ্ন: আটাইতকৈ গধুৰ কাঠবিধৰ নাম কি ?
উঃ ব্লেক আইৰণ উড (অফ্রিকা)।
67.প্ৰশ্ন: পৃথিৱীৰ বৃহত্তম অৰণ্যখনৰ নাম কি १
উঃ ৰাছিয়াৰ উত্তৰাঞ্চলত থকা টাইগা অৰণ্য । ইয়াৰ আয়তন ২৯০ কোটি হেক্টৰ।
68.প্ৰশ্ন: পৃথিৱীৰ আটাইতকৈ ওখ গছজোপা কি १ ই ক'ত অৱস্থিত ।
উঃ কোল্ট বেড উড (কালিফ'র্ণিয়া)। উচ্চতা ৩৬৭৮ ফুট।
69.প্ৰশ্ন: বিশ্বত সর্বাধিক পৰিমানে ব্যৱহাৰ হােৱা পাচলিবিধ কি ?
উঃ পিয়াজ ।
70.প্ৰশ্ন: পৃথিৱীৰ ভিতৰত সর্বাধিক আকির্ড থকা দেশখনৰ নাম কি ?
উঃ কলম্বিয়া ।
71.প্ৰশ্ন: উদ্ভিদৰ উচ্চতা মাপক যন্ত্রটোৰ নাম কি ?
উঃ আর্ক ইণ্ডিকেটৰ ।
72.প্ৰশ্ন:পতংগভােজী উদ্ভিদসমূহে পােক পতংগৰ দেহৰ পৰা কি আহৰণ কৰি লয়?
উ: প্ৰোটিন।
73.প্ৰশ্ন:কুঁহিয়াৰত থকা শর্কৰাবিধৰ নাম কি?
উ: চুক্ৰ'জ।
74.প্ৰশ্ন:সুমিথিৰা টেঙাৰ বাকলিৰ পৰা আহৰণ কৰা তেলবিধৰ নাম কি ?
উঃ বাৰগাটে ।
75.প্ৰশ্ন:এৰিতেল কি শিল্পৰ বাবে প্রয়ােজনীয় ?
উঃ চামৰা শিল্প।
76.প্ৰশ্ন:কোনবােৰ উদ্ভিদে পােনপতীয়াকৈ বায়ুমণ্ডলৰ পৰা নাইট্রোজেন আহৰণ কৰিব পাৰে ?
উঃ মাহজাতীয় উদ্ভিদে।
77.প্ৰশ্ন:আটাইতকৈ ডাঙৰ পাতৰ উদ্ভিদবােৰৰ নাম কি ?
উঃ টালিপট ।
78.প্ৰশ্ন:কোনবিধ গছে সর্বাধিক কাল ফল দিয়ে ?
উঃ নাচপতি ।
79.প্ৰশ্ন:বিলাহী প্রকৃততে ফল নে পাচলি ?
উঃ ফল ।
80.প্ৰশ্ন:বিলাহীত থকা এচিডবিধৰ নাম কি ?
উঃ এচিটিক এচিড।
81.প্ৰশ্ন:বিশ্বৰ অন্যতম জনপ্রিয় পানীয় 'চাহ খােৱাৰ প্রথা প্রথম কোন দেশত কেতিয়া প্রচলিত হৈছিল ?
উঃ চীনদেশত ১২ শ শতিকাত । সেই দেশৰ ঝেন সন্ন্যাসী সম্প্রদায়ে সকলাে ৰোগৰ নিৰাময়কাৰী ঔষধ হিচাবে চাহক ব্যৱহাৰ কৰিছিল ।
82.প্ৰশ্ন:পৃথিবীৰ ভিতৰত সর্বাধিক আফিং বা কানি উৎপাদন হােৱা অঞ্চলটো সােণালী ত্রিভুজ (Golden Triangle) নামে খ্যাত। এই ত্রিভূজ গঠন কৰা দেশ তিনিখনৰ নাম কি?
উঃ থাইলেও, ম্যানমাৰ আৰু লাওচ ।
83.প্ৰশ্ন:আঙুৰত খকা এচিড বিধৰ নাম কি।
উ: চাইট্রিক এটিড।
84.প্ৰশ্ন:আটাইতকৈ বিষাক্ত কাঠফুলা বিধৰ নাম কি ?
উঃ এমানিটা ফেলইডিছ।
85.প্ৰশ্ন:বাঘ মাৰিবৰ বাবে প্রয়ােগ কৰা বিহ হিচাবে কোটিল্যৰ অর্থ শাস্ত্রত এবিধ উদ্ভিদৰ কথা উল্লেখ আছে।উদ্ভিদবিধৰ নাম কি ?
উঃ কডমিলেট।
86.প্ৰশ্ন: পৃথিৱীৰ আটাইতকৈ বয়সীয়াল গছজোপা ক'ত আছে ?
উ: কেলিফৰ্নিয়া হুইলাৰ শৃংগত থকা এজোপা পাইন গছ। এই গছজোপা বয়স ৫ হাজাৰৰ অধিক ।
87.প্ৰশ্ন: পৃথিৱীৰ অকলশৰীয়া গছজোপা ক'ত আছে ?
উঃ নাইজেৰিয়াৰ মকভূমি অঞ্চলত । এইজোপা গছৰ পৰা চাৰিওপিনে ৩১ মাইল দূৰলৈকে কোনাে গছ নাই ।
88.প্ৰশ্ন: ৰাজস্থানৰ পােখৰাণত কৰা ভাৰতৰ প্রথম পৰমাণু পৰীক্ষাটোৰ সাংকেতিক নাম কি আছিল ?
উ: স্মাইলিং বুদ্ধা।
89.প্ৰশ্ন: ভাৰতত স্থাপন কৰা প্রথম আনবিক ৰিয়েক্টৰটোৰ নাম কি?
উ: অপ্সৰা।
90.প্ৰশ্ন: ভাৰতৰ ভাবা পাৰমাণৱিক গবেষণা কেন্দ্রৰ আটাইতকৈ ডাঙৰ ৰিয়েক্টৰটোৰ নাম কি।
উ: ধ্ৰুৱ।
91.প্ৰশ্ন:মহাকাশত কোনাে বস্তৰ ওজন কিমান ?
উ: শূণ্য।
92.প্ৰশ্ন: কেথত ৰশ্মি ব্যৱহাৰ কৰা জনপ্রিয় যন্ত্রবিধৰ নাম কি ?
উঃ টেলিভিছন।
93.প্ৰশ্ন: পোহৰে ঢো সৃষ্টি কৰে, এই কথা প্রমাণ কৰা বিজ্ঞানীজন কোন ?
উ: টমাছ ইয়ং।
94.প্ৰশ্ন:কোনবিধ পদার্থক দাৰ্শনিক শিল' (Philospher's Stone) বোলা হয় ?
উঃ জিংক অক্সাইড।
95.প্ৰশ্ন:মহাকাশ বিজ্ঞান প্রতিষ্ঠান 'নাছাৰ সম্পূর্ণ নাম কি ?
উঃ নেচনেল এৰোনেটিক স্পেচ এডমিনিষ্টেচন (আমেৰিকা)।
96.প্ৰশ্ন: কোনবিধ উদ্ভিদৰ মূল, কাণ্ড আৰু শিপা নাই ?
উঃ ৰাফ্লেছিয়া ।
97.প্ৰশ্ন: গছৰ বয়স কেনেকৈ নির্ণয় কৰিব পাবি ?
উঃ গা-গছৰ বছেৰেকীয়া তৰপৰ আঙঠিবোৰ গণনা কৰি।
98.প্ৰশ্ন: উদ্ভিদৰ বৃদ্ধিত সহায় কৰা হৰমােন বিধৰ নাম কি ?
উঃ অক্সিন।
99.প্ৰশ্ন:উদ্ভিদৰ জীবনী শক্তি বা জ্ঞান পাব পৰা যন্ত্রটোৰ নাম কি ?
উঃ ক্রিচকোগ্রাফ।
100.প্ৰশ্ন: চোৰাত গছৰ পাতে ডাকিলে ছালৰ ভিতৰলৈ এবিধ এচিড সােমায় যায়।সেই এচিডবিধৰ নাম কি ?
উঃ ফৰমিক এচিড।
101.প্ৰশ্ন: ৰিফ্রিজাৰেটৰ কোনে, কেতিয়া আবিষ্কাৰ কৰিছিল ?
উ: জেমচ হেৰিচন, ১৮৫০ চনত ।
102.প্ৰশ্ন:পদার্থ বিজ্ঞানত দুবাৰ নােবেল বঁটা লাভ কৰা বিজ্ঞানীজন কোন ?
উঃ টমাছ ইয়ং।
103.প্ৰশ্ন: কি পদার্থৰ ওপৰত নােমেৰে তৈয়াৰী কাপােৰ ঘাঁহলে বিদ্যুৎ উৎপন্ন হয়?
উঃ এমবাৰ ।
104.প্ৰশ্ন: বিজ্ঞানৰ দুটা বিষয়ত দুবাৰ নােবেল বঁটা লাভ কৰা বিজ্ঞানী গৰাকী কোন ?
উঃ মাডাম কুৰী। ১৯০৩ চনত পদার্থ বিজ্ঞানত আৰু ১৯১১ চনত ৰসায়ন বিজ্ঞানত।
105.প্ৰশ্ন:নাৰিকল ফলৰ ভিতৰত থকা পানীখিনি প্রকৃততে কি ?
উঃ জুলীয়া ভ্রণপােষক ।
106.প্ৰশ্ন:চয়াবিনত কিমান পবিমাণৰ প্রােটিন থাকে ?
উঃ শতকৰা ৪০ ভাগ ।
107.প্ৰশ্ন:দ্বিতীয় সেউজ বিপ্লব" বুলি কাক কোৱা হয় १
উঃ সামাজিক বনানিকৰণক ।
108.প্ৰশ্ন:পােহৰ নােহােৱাকৈ গজিব পৰা উদ্ভিদক কি কোৱা হয়?
উ: এফটিক।
109.প্ৰশ্ন:অন্য উদ্ভিদৰ গাত আশ্রয় লৈ থকা উদ্ভিদক কি কোৱা হয় ?
উ: পৰাশ্রয়ী ।
110.প্ৰশ্ন:ভাৰতত কিমান প্রজাতিৰ উদ্ভিদ আছে ?
উঃ ১৫ হাজাৰৰো অধিক ।
111.প্ৰশ্ন:উত্তৰ-পূর্বাঞ্চলৰ কোন ঠাইত কলচী গছ আৱিষ্কাৰ কৰা হৈছিল ?
উঃ খাছিয়া পাহাৰত।
112.প্ৰশ্ন:উদ্ভিদ দেহৰ বাহ্যিক আভ্যন্তৰীণ গঠন আৰু আকৃতি সম্বন্ধীয় অধ্যয়ন থকা প্রাচীন ভাৰতীয় গ্রন্থখনৰ নাম কি ?
উঃ অথর্ব বেদ।
113.প্ৰশ্ন:ভাৰতৰ কোনখন প্রাচীন গ্রন্থত উদ্ভিদৰ শ্রেণীকৰণ উল্লেখ আছে ?
উঃ ঋকবেদ।
114.প্ৰশ্ন:ভাৰতৰ একমাত্র মৰু-অভয়াৰণ্যখন কি আৰু ই ক'ত অৱস্থিত ?
উঃ নাৰায়ণ সৰোবৰ। ই গুজৰাটৰ কচ্ছ অঞ্চলত অৱস্থিত।
115.প্ৰশ্ন:জুলাই মাহৰ প্রথম সপ্তাহটো ভাৰতত কি উৎসৱ হিচাবে পালন কৰা হয় ?
উঃ বন মহােৎসৱ।
116.প্ৰশ্ন:এবিধ উদ্ভিদৰ প্রাচুর্য্যতাৰ বাবে ভাৰতৰ সুন্দৰবন অঞ্চলৰ নামাকৰণ কৰা হৈছিল । উদ্ভিদবিধৰ নাম কি ?
উঃ সুন্দৰী গছ ।
117.প্ৰশ্ন:হােমি পৈথিক ঔষধৰ বাবে প্রয়ােজনীয় ঔষধি গছৰে অসমৰ ঔষধ ভেষজ উদ্যান খন কেতিয়া কত স্থাপন কৰা হয় ?
উঃ ১৯৯৬ চনৰ ১ ফেব্রুৱাৰীৰ দিনা তিতাবৰৰ জালুকনিবাৰীত।
118.প্ৰশ্ন:বায়ুমণ্ডলত সৰ্বাধিক থকা গেছবিধৰ নাম কি ?
উঃ নাইট্রোজেন।
119.প্ৰশ্ন:ধান খেতিৰ পৰা উদ্ভৱ হােৱা বিষাক্ত গেছবিধৰ নাম কি?
উঃ মিথেন।
120.প্ৰশ্ন:যােৱা, ধুলি আকু কুৱলী আদি লগহৈ যি এটা অশান্তিকৰ পৰিবেশৰ সৃষ্টি হয় তাক কি কোৱা হয় ?
উঃ ধুঁৱলী (Smog) ।
121.প্ৰশ্ন:অজন স্তৰটো ভূ-পৃষ্ঠৰ পৰা কিমান উচ্চতাত অৱস্থিত ?
উঃ প্রায় ২৫ কিঃ মিঃ।
122.প্ৰশ্ন:বায়ুমণ্ডলৰ একেবাবে তলৰ অংশটোক কি কোৱা হয় ?
উঃ ট্রপস্ফিয়াৰ।
123.প্ৰশ্ন:ভূ-পৃষ্ঠৰ কোন অংশত বতাহৰ সোঁত আটাইতকৈ প্রবল ?
উ: কুমেৰু অঞ্চলত। ঘন্টাত গতিবেগ ৩০০ কিঃ মিঃ।
124.প্ৰশ্ন:বায়ুমণ্ডল অধ্যয়নৰ বাবে বেলুনেৰে আকাশলৈ যােৱা প্রথম ব্যক্তিগৰাকী কোন আছিল ?
উঃ দামিত্রি মেণডেলিভ (১৮৮৭)।
125.প্ৰশ্ন:পুথিৱীৰ ভিতৰত আটাইতকৈ বেছি কোলাহল পূর্ণ চহৰখনৰ নাম কি ?
উঃ ব্রাজিলৰ ৰিঅ' ডি জেনেৰিও।
126.প্ৰশ্ন:বিভিন্ন স্তৰত থকা গেচৰ উপাদান, গঠন আৰু বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি পৃথিবীক আগুৰি থকা বায়ুমণ্ডলক কেইটা ভাগত ভাগ কৰা হৈছে ?
উঃ ৫ টা (১) ট্রপস্থিয়াৰ (২) ষ্টেটস্ফিয়াৰ (৩) মেছস্ফিয়াৰ (৪) আয়ন স্ফিয়াৰ (৫) এক স্ফিয়াৰ ।
127.প্ৰশ্ন:পৃথিবীৰ ক্রমবর্ধমান উচ্চতাৰ বাবে মেৰু অঞ্চলৰ বৰফ গলাৰ ফলত ভাবত মহাসাগৰৰ এটা দ্বীপ ২০৫০ চনৰ ভিতৰত সমুদ্রত বুৰ যােবাৰ আশংকা কৰা হৈছে। দ্বীপটোৰ নাম কি?
উঃ মালদ্বীপ।
128.প্ৰশ্ন:কচু গছৰ পাত, ঠাৰি আদি গাত লাগিলে খজুৱাই - ইয়াৰ কাৰণ কি ?
উঃ কচু গছত কেলচিয়াম অকজেলেট নামৰ এবিধ ৰাসায়নিক পদার্থ থকাৰ বাবে।
129.প্ৰশ্ন:লাজুকীবন ছুই দিয়াৰ লগে লগে জয় পৰি যায় । এই ধৰণৰ চলনক কি কোৱা হয়?
উঃ কম্পানুকু্ণন ।
130.প্ৰশ্ন:চোৰাত গছৰ পাতত কি বিষাক্ত পদার্থ থাকে, যাৰ বাবে গাত ইয়াৰ পাত লাগিলে ডাকে?
উ: চোৰাতৰ পাতত গ্রন্থিযুক্ত দংশননোম থাকে। এই গ্রন্থিবােৰে কেলচিয়াম অকজেলেটৰ দৰে বিষাক্ত পদার্থ তৈয়াৰ কৰে।
131.প্ৰশ্ন:বৰদিনৰ সময়ত খৃষ্ট ধর্মীলােকসকলে তেওঁলােকৰ এজোপা অতি প্রিয় উদ্ভিদ উপহাৰ হিচাবে ইজনে সিজনক দিয়ে। এই উদ্ভিদবিধৰ নাম কি ?
উঃ মিছন্ট বা বান্দা
132.প্ৰশ্ন:কৃষি ক্ষেত্রত ব্যবহাৰ কৰা এর্জলা সাৰ প্রকৃততে কি ?
উ: পানীত ওফন্দি ফুৰা এবিধ ঢেকীয়াজাতৰ উদ্ভিদ । ইয়াক সকপুনি বুলিও কোৱা হয়।
133.প্ৰশ্ন:কিং অৱ ফাইবাৰ বা সূতাৰ ৰজা কাক কোৱা হয় ?
উঃ ৰিহা গছৰ আঁহৰ পৰা তৈয়াৰ কৰা সূতাক।
134.প্ৰশ্ন:কফিত থকা ৰাসায়নিক পদার্থ বিধৰ নাম কি?
উঃ কেফেইন ।
135.প্ৰশ্ন:অমিতা ফলত থকা এনজাইম বিধৰ নাম কি ?
উঃ পেপেইন ।
136.প্ৰশ্ন:কোনবিধ উদ্ভিদৰ ফলৰ পৰা চকলেট তৈয়াৰ কৰা হয় ?
উ: ককও গছ (Theobroma cacao)
137.প্ৰশ্ন:ঘাঁহৰ ওপৰত অধ্যয়নক কি কোবা হয় ?
উ: এগ্ৰ'ষ্টলজি
138.প্ৰশ্ন:সর্বাধিক পৰিমাণৰ চি-ভিটামিন থকা ফলবিধৰ নাম কি ?
উঃ আমলখি।
139.প্ৰশ্ন:'কনচাই ব্যবস্থাটো প্রথম কোনে উদ্ভাবন কবিছিল ?
উঃ চীনাসকলে ।
140.প্ৰশ্ন:কোনবিধ উদ্ভিদৰ পৰা কানি প্রস্তুত কৰা হয় ?
উঃ আফিং।
141.প্ৰশ্ন:বৃক্ষৰোপনৰ জড়িয়তে মুক্ত ভুমিৰ একোটা অঞ্চল সংৰক্ষণ কৰা কার্য্যক কি কোৱা হয় ?
উ: অৰণ্যকৰণ (afforestalien)
142.প্ৰশ্ন:সূর্যোদয়ৰ আগে আগে বায়ুমণ্ডলৰ পৰবা অহা ক্ষীণ, ঢেলা পােহৰক কি বােলে?
উঃ ধলফাট (dawn) ।
143.প্ৰশ্ন:হাবি বননিৰে পৰিপূর্ণ সৰু উপত্যকাক কি কোৱা হয় ?
উঃ ডেল (dell)।
144.প্ৰশ্ন:যি কুঁবলীৰ মাজেদি ১-২ কিঃ মিঃ লৈকে দেখা যায় তেনে কুঁবলীক কি কোৱা হয় ?
উঃ হেজ (hage)।
145.প্ৰশ্ন:পৃথিবীৰ বায়ুমণ্ডলৰ ভৰ কিমান?
উ: ৫১৫৮*১০১২ টন
146.প্ৰশ্ন:অজন গেছৰ তৰপটো বায়ুমণ্ডলৰ কোন অংশত আছে ?
উঃ ষ্টেটোস্ফিয়াৰ।
147.প্ৰশ্ন:বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমানে বিষাক্ত কার্বণ-মনােক্সাইড গেছ কিহে যােগায়।
উঃ মটৰগাড়ী সমুহে।
148.প্ৰশ্ন:পৃথিবীৰ আটাইতকৈ বেগবান ধুমুহা বিধৰ নাম কি ?
উঃ টর্নেডাে। ইয়াৰ গতিবেগ ঘন্টাত ৪৫০ কিঃ মিঃ।
149.প্ৰশ্ন:কিমান ডেছিবেলৰ ওপৰৰ শব্দই মানুহৰ ক্ষতি কৰিব পাৰে ?
উ:৯০ ডেছিবেল
150.প্ৰশ্ন:এবিধ উত্তম কীটনাশক ঔষধ। প্লেগ, পীতজব, মেলেৰীয়া বীজানুৰ সুন্দৰ প্রতিৰোধক। চুইজাৰলেণ্ডৰ বিজ্ঞানী ড° মূলাৰক ১৯৪৮ চনত এইবিধ দ্রব্যৰ আবিষ্কাৰক হিচাপে নােবেল বঁটাও প্রদান কৰা হয়। কিন্তু প্রদুষক হিচাপে ধৰা পৰাত এতিয়া বহুদেশে ইয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে।
উ: D.D.T.
151.প্ৰশ্ন:সাধাৰণতে বায়ুমণ্ডলত কোনবিধ গেছে এচিড বৰযুণৰ সৃষ্টি কৰে?
উ: ছালফাৰ-ডাই-অক্সাইড।
152.প্ৰশ্ন:বছৰৰ কোনটো দিন সমগ্র বিশ্বত 'বিশ্ব-পাৰিপার্শ্বিকতা দিবস' হিচাবে পালন কৰা হয় ?
উঃ ৫ জুন।
153.প্ৰশ্ন:পৃথিৱীৰ আটাইতকৈ দীঘল মাছবিধৰ নাম কি ?
উঃ সাগৰীয়া 'গল্ডফিচ'। ইয়াৰ দৈর্ঘ্য ১২০ ফুট।
154.প্ৰশ্ন:আটাইতকৈ দ্রুতগতিত সাঁতুৰিব পৰা চৰাইবিধৰ নাম কি?
উঃ পেংগুইন ।
155.প্ৰশ্ন:বর্তমান পৃথিবীৰ আটাইতকৈ ওখ জন্তুবিধৰ নাম কি?
উ: জিৰাফ।
156.প্ৰশ্ন:পুথিৱীল ভিতৰত আটাইতকৈ চাপৰ আৰু আটাইতকৈ ওখ বুলি জনাজাত মানুহ জাতি দুটা কি কি ?
উ: মধ্য আফ্রিকাৰ পিগমি' সকল চাপৰ আকু দক্ষিণ আমেৰিকাৰ পাটাগােনিয়াম সকল সবাতােকৈ ওখ।
157.প্ৰশ্ন:পানীৰ তলত দুৰন্ত গতিত দৌৰিব পৰা জন্তুবিধৰ নাম কি ?
উঃ জলহস্তী ।
158.প্ৰশ্ন:বাঘৰ পিয়ল কিহৰ ভিত্তিত কৰা হয় ?
উঃ সিহতৰ ভৰিৰ খােজৰ ভিত্তিত ।
159.প্ৰশ্ন:পৃথিবীৰ বৃহত্তম কে্কোৰা বিধৰ নাম কি ?
উঃ নাৰিকল কে্কোৰা।
160.প্ৰশ্ন:আটাইতকৈ দীঘল সাপবিধৰ নাম কি ?
উ: ৰেটিকুনেটেড পাইথন।
161.প্ৰশ্ন:আটাইতকৈ বেগাই সাতুৰিব পৰা মাছবিধ কি?
উঃ চেইলফিচ (সামুদ্রিক)।
162.প্ৰশ্ন:আহাৰ বিচাৰি নাপালে আত্মহত্যা কৰা চৰাইবিধৰ নাম কি ?
উঃ গুৱাটেমালাত থকা ৰবিন আৰকাড।
163.প্ৰশ্ন:কোনবিধ প্রাণীয়ে নােখােৱাকৈয়ে জীৱন অতিবাহিত কৰিব পাৰে ?
উঃ অষ্ট্রেলিয়াৰ কোৱালা' নামৰ প্রাণীবিধ ।
164.প্ৰশ্ন:কোনবিধ চৰাইয়ে বেছিভাগ সময় গান গায় কটায় ?
উঃ দহিকতৰা।
165.প্ৰশ্ন:কোণবিধ প্রাণীৰ চকুত ঔষধি গুণ থাকে?
উঃ লাজুকী বান্দৰ।
166.প্ৰশ্ন:অধিক শব্দ কৰা প্রাণীবিধৰ নাম কি ?
উঃ জিলি । ইইতে চেকেণ্ডত পাঁচশ বাৰলৈ শব্দ কৰিব পাৰে।
167.প্ৰশ্ন: জীবনত কোনাে সময়তে ঘােৰ নভগা চৰাইবিধৰ নাম কি?
উঃ চাকৈ চকোৱা।
168.প্ৰশ্ন: নিজৰ শােবা পাটী নিতৌ পৰিষ্কাৰ কৰা জন্তুবিধৰ নাম কি?
উঃ বেজার্ছ।
169.প্ৰশ্ন:বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি পৃথিবীৰ আটাইতকৈ প্রদৃষিত ১০ খন মহানগৰীৰ ভিতৰত এখন ভাৰততাে আছে। সেই মহানগৰখনৰ নাম কি ?
উঃ দিল্লী।
170.প্ৰশ্ন:পৰিবেশ সংৰক্ষণৰ প্রতীক হিচাবে গ্রহণ কৰা ৰংটো কি ?
উঃ সেউজীয়া ।
171.'প্ৰশ্ন:ভাৰত বণ্যপ্রাণী সংৰক্ষণ' আইনখন কেতিয়াৰ পৰা গৃহীত হয় ?
উঃ ১৯৭২ চনৰ পৰা।
172.প্ৰশ্ন:অসমৰ কাজিৰঙা অভয়াৰণ্যক কেতিয়া ৰাষ্ট্রীয় উদ্যান' হিচাবে ঘােষণা কৰা হয় ?
উঃ ১৯৭৪ চনৰ ১ জানুবাৰীৰ দিনা।
173.প্ৰশ্ন:বন্য জীৱ-জন্তুক ৰক্ষনাবেক্ষণৰ বাবে কঠোৰ আইন প্রণয়ন কৰা প্রথম ভাৰতীয়
ৰজাজন কোন ?
উঃ সম্রাট অশােক।
174.প্ৰশ্ন:কৃত্রিম বৰষুণ প্রথম কেতিয়া আৰু কোনে দিয়াইছিল ?
উ: ১৯৪৬ চনত ভিনচেন্ট জোচেফ শ্বেফাৰ এ।
175.প্ৰশ্ন:কোনজন ভাৰতীয় সম্রাটে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি অনুভৱ কৰি তেওঁ ৰাজসভাত ধুমপান কৰাটো নিষিদ্ধ কৰিছিল ?
উ: সম্রাট জাহাঙ্গীৰ।
176.প্ৰশ্ন:নৰ্মদা বচাও আন্দোলনৰ গুৰি ধৰা ব্যক্তিগৰাকী কোন
উ: মেধা পটেকাৰ ।
177.প্ৰশ্ন:বিশ্বস্বাস্থ্য সংস্থাৰ মতে ভাৰতৰ জনসাধাৰণে ব্যৱহাৰ কৰা পানীৰ কিমান অংশ দৃষিত ?
উঃ ৭০ শতাংশ।
178.প্ৰশ্ন:কোন মাছে উবিব পাবে ?
উঃ ফিল্লাৰ ।
179.প্ৰশ্ন:মাছৰ বয়স কি দৰে নির্ণয় কৰিব পাৰি ?
উঃ মাছৰ বাকলিৰ ওপৰত দেখা দিয়া ঘূৰণীয়া আঁকবােৰৰ পৰা।
180.প্ৰশ্ন:হাঁহ-কুকুৰাৰ কণীবিলাক উমনি দিবলৈ কিমান উত্তাপৰ প্রয়ােজন ?
উঃ ১০১ ডিগ্রী ফাৰেনহাইট।
181.প্ৰশ্ন:গাখীৰত থকা প্রােটিন বিধৰ নাম কি ?
উঃ কেজিন।
182.প্ৰশ্ন:বাঘ আৰু সিংহৰ বর্ণ সংকৰ পােৱালীক কি কোৱা হয় ?
উঃ টাইগন।
183.প্ৰশ্ন:ঠেংত চকুথকা প্রাণীবিধৰ নাম কি ?
উঃফৰিং।
184.প্ৰশ্ন:ডেউকা নথকা চৰাইবিধৰ নাম কি ?
উঃ টাকাহে চৰাই (নিউজলেও)।
185.প্ৰশ্ন:এৰা গাখীৰক দৈ কৰা বেক্টেৰিয়া বিধৰ নাম কি
উঃ লেক্টবেছিলছা।
186.প্ৰশ্ন:পানীত থকা আটাইতকৈ ডাঙৰ আৰু দীঘল সাপবিধৰ নাম কি?
উঃ এনাকণ্ডা ।
187.প্ৰশ্ন:আটাইতকৈ বেগী সাপবিধৰ নাম কি?
উঃ আফিকাৰ ৰেক মাম্বা। ইয়াৰ গতিবেগ ঘণ্টাত ১৫ মাইল।
188.প্ৰশ্ন:আটাইতকৈ বেগী চৰাইবিধৰ নাম কি ?
উঃ স্পিন টেইলড চুইফট।
189.প্ৰশ্ন:আটাইতকৈ বিষাক্ত মাছবিধৰ নাম কি ?
উঃ ষ্টন ফিছ।
190.প্ৰশ্ন:বর্তমান পৃথিবীৰ বৃহত্তম স্থলচৰ জন্তুবিধ কি ?
উঃ আফ্রিকীয় হাতী।
191.প্ৰশ্ন:এটা পৰুৱাই কিমান ওজনৰ বস্তু কট়িয়াব পাৰে ?
উঃ নিজৰ ওজনৰ ২০ গুণ গধুৰ।

Post a Comment

0 Comments