Science MCQ part 1

 40+ Important Science  MCQ  for Competitive Exam
বিজ্ঞান কুইজ 
Part 1




Q. পেট্ৰ'ল আৰু ডিজেল হৈছে


a) নৱীকৰণ যোগ্য শক্তিৰ উৎস


b) প্ৰদূষণ নকৰা শক্তিৰ উৎস


c) শক্তিৰ মুখ্য উৎস


d) নৱীকৰণ অযোগ্য শক্তিৰ উৎস


Ans: d) নৱীকৰণ অযোগ্য শক্তিৰ উৎস


Q. পেট্ৰ'লিয়ামৰ শোধনত জড়িত থকা এটা প্রক্রিয়া হৈছে


a) ঘনীভবন

b) বাস্পীভৱন

c) পাতন

d) তৰলীকৰণ


Ans: c) পাতন



Q. তলত দিয়া কোনবিধ ইন্ধন জীৱাশ্ম ইন্ধন নহয় ?


a) কয়লা


b) পেট্রলিয়াম


c) লিগনাইট


d) খৰি


Ans: d) খৰি


Q. তলত দিয়া কোনবিধ সম্পদ নৱীকৰণযোগ্য


a) বক্সাইট


b) ইউৰেনিয়াম


c) বায়ুত থকা অক্সিজেন


d) কয়লা

Ans: c) বায়ুত থকা অক্সিজেন


Q. জলমণ্ডলৰ শতকৰা কিমান ভাগত মহাসাগৰ আছে?


a) ৭০%


b) ৯৭%


c) ৬০%


d) ৫০%


Ans: b) ৯৭%


Q. ভাৰতৰ কোনখন তৈলক্ষেত্ৰত খাৰুৱা তেলৰ সৰ্ববৃহৎ ভাণ্ডাৰ আছে?


a) অংকলেশ্বৰ


b) বোম্বে হাই


c) কালোল


d) নাহৰকটীয়া


Ans: b) বোম্বে হাই


Q. তলত দিয়া কোনবিধ সঁজুলিৰে ভূমিকম্পৰ প্ৰৱলতা জোখা হয় ?


a) থার্মমিটাৰ


b) পাইৰ 'মিটাৰ


c) বেৰ’মিটাৰ


d) ৰিখটাৰ স্কেল

Ans: d) ৰিখটাৰ স্কেল


Q. সেউজগৃহ গেছবোৰ হৈছে


a) O3, O2, H2O2


b) CO, No, SO2,


c) NO2, SO2

d) CO2, CH4, CFC O3, and H2O vapour

Ans: d) CO2, CH4, CFC O3, and H2O vapour


Q. জৈৱ ৰাসায়নিক অক্সিজেন চাহিদাই কি পৰিমাপ কৰে ?


a) বর্জনীয় পদাৰ্থৰ প্ৰদূষণ ক্ষমতা


b) তাপ সম্বন্ধীয় প্ৰদূষণ


c) ঔদ্যোগিক প্ৰদূষণ


d) জৈৱিক আৱৰ্জনা বিযোজনৰ বাবে অণুজীৱক লগা দ্রৱীভূত অক্সিজেন

Ans: d) জৈৱিক আৱৰ্জনা বিযোজনৰ বাবে অণুজীৱক লগা দ্রৱীভূত অক্সিজেন


Q. ভাৰতৰ গ্ৰামাঞ্চলত বায়’ডিজেলৰ উৎস হিচাপে কি ব্যৱহাৰ কৰা হৈছে?


a) Pongamia


b) Euphorbia


c) Sugarcane


d) Beet root


Ans: a) Pongamia


Q. আটাইতকৈ বেছি পৰিমাণৰ নিৰ্মল পানী ক'ত পোৱা যায় ?


a) মেৰুৰ বৰফ আৰু হিমবাহ


b) নদী


c) সাগৰ-মহাসাগৰ


d) হ্রদ


Ans: a) মেৰুৰ বৰফ আৰু হিমবাহ


Q. হিউমাছ কি?


a) এজাতিৰ মানুহ


b) আৰ্দ্ৰতাৰ এটা অৱস্থা


c) মাটিৰও পৰৰ বালিভাগ


d) মাটিত থকা মুগাবৰণৰ এই অংশই মাটি সাৰুৱা কৰে


Ans: d) মাটিত থকা মুগাবৰণৰ এই অংশই মাটি সাৰুৱা কৰে


Q. বিজুলী শক্তি উৎপাদন কৰা যন্ত্ৰটোৰ নাম কি?


a) জেনেৰেটৰ

b) ইনভাৰ্টাৰ

c) টাৰবাইন

d) বিদ্যুৎ পৰিষদ


Ans: c) টাৰবাইন


Q. প্রাকৃতিক গেছৰ প্ৰধান উপাদান কি?


a) মিথেন


b) ইথেন


c) প্ৰপেন

d) বিউটেন

Ans: a) মিথেন


Q. অ’জন এবিধ


a) গেছ


b) তৰল পদাৰ্থ


c) গোটা পদাথ

d) সুগন্ধি দ্রব্য

Ans: a) গেছ


Q. জৈৱ গেছ (Biogas) -


a) এবিধ প্রাকৃতিক গেছ


b) গেছ এজেঞ্চিত যোগান ধৰা হয়


c) মাটি খান্দি উলিয়াব পাৰি


d) এবিধ প্রদূষণমুক্ত ইন্ধন

Ans: d) এবিধ প্রদূষণমুক্ত ইন্ধন


Q.অ'জন স্তৰ ৰ দ্বাৰা হ্ৰাস পায়


a) ধুৱলি


b) ছালফাৰ ডাই-অক্সাইড


c) কার্বন মন’ক্সাইড


d) ক্লৰ 'ফ্ল’কাৰ্বন

Ans: d) ক্লৰ 'ফ্ল’কাৰ্বন


Q. মেট্ৰ'পলিটান নগৰীত বায়ু প্ৰদূষণৰ বৃহৎ উৎসটো হ'ল


a) যান-বাহন


b) কয়লা দহন


c) উদ্যোগ

d) আৰ্ৱজনা 


Ans: a) যান-বাহন


Q. অবায়ৱিক বেক্টেৰিয়াই (Anerobic Bacteria) কি কৰে ?


a) যিকোনো অৱস্থাত থকা জৈৱ পদাৰ্থৰ পচন


ঘটায়


b) পানীৰ তলত থকা জীৱিত প্ৰাণীৰ মৃত্যু ঘটায়


c) জীৱিত অৱস্থাত উদ্ভিদৰ দেহৰ পচন ঘটায়


d) অক্সিজেনৰ অনুপস্থিতিত জৈৱ পদার্থ বিযোজন


ঘটায়

Ans: d) অক্সিজেনৰ অনুপস্থিতিত জৈৱ পদার্থ বিযোজন


ঘটায়


Q. পৃথিৱীৰ কোনখন দেশত ভূমিকম্প হোৱাৰ সম্ভাৱনা


সর্বাধিক


a) কানাডা


b) ব্রাজিল


C) ইৰাক


d) জাপান


Ans: d) জাপান


Q. ঘৰৰ ভিতৰত ব্যৱহাৰ কৰিব পৰা সৌৰ কুকাৰ তলত দিয়া কোনখন ঠাইত উদ্ভাৱন কৰা হৈছে?


a) মুম্বাই


b) হাইদৰাবাদ


c) চেন্নাই


d) দিল্লী


Ans: b) হাইদৰাবাদ


Q. তলত দিয়া কোনবিধ পৰিৱেশত প্ৰতিবছৰে আটাইতকৈ কম পৰিমাণৰ জৈৱ পদাৰ্থ উৎপন্ন হয় ?


a) গভীৰ সমুদ্ৰ


b) প্রেইৰী


c) পর্নপাতী অৰণ্য


d) টাইগা


Ans: a) গভীৰ সমুদ্ৰ


Q. তলত দিয়া কোনবিধ লৱণৰ বাবে সাগৰৰ পানী অধিক লুণীয়া হয় ?


a) কেলছিয়াম ছালফেট


b) মেগনেছিয়াম ক্ল'ৰাইড


c) মেগনেছিয়াম ছালফেট


d) চ'ডিয়াম ক্ল'ৰাইড


Ans: d) চ'ডিয়াম ক্ল'ৰাইড


Q. তলত দিয়া কোনবিধ পদার্থ জীবনমনীয় নহয় ?


a) প্লাষ্টিক


b) কাগজ


c) কাঠ

d) নাৰিকলৰ ৰছী

Ans: a) প্লাষ্টিক



Q. প্লাষ্টিকবোৰ —


a) অপচয়ৰ পৰা— শক্তি উদ্যোগবোৰৰ কাৰণে শক্তিৰ উত্তম উৎস

b) অপচয়ৰ পৰা — শক্তি উদ্যোগত ব্যৱহাৰ কৰিব নোৱাৰি

c) জীৱনমনীয়

d) এবিধ জৈৱভৰ শক্তিৰ উৎস


Ans: a) অপচয়ৰ পৰা— শক্তি উদ্যোগবোৰৰ কাৰণে শক্তিৰ উত্তম উৎস


Q. তলত দিয়া কোনবোৰ প্ৰক্ৰিয়াৰ দ্বাৰা নিউক্লিয় শক্তি উৎপাদন কৰা হয় ?


a) বিভাজন পাতন


b) নিউক্লিয় বিখণ্ডন


c) তাপ অপঘটন


d) নিউক্লিক একীভৱন


Ans: c) তাপ অপঘটন



Q.বায়ুৰ চাপ জোথা যন্ত্ৰটোৰ নাম কি?


a) থামমিটাৰ

b) বেৰ 'মিটাৰ


c) হাইগ্ৰ 'মিটাৰ


d) বেইন গাজ


Ans: b) বেৰ 'মিটাৰ


Q.পৃথিৱীৰ নিচেই ওচৰত থকা গ্ৰহটোৰ নাম কি?


a) শুক্র


b) বুধ


c) মঙ্গল


d) নেপচুন


Ans: a) শুক্র


Q  আটাইতকৈ কঠিন পদার্থ কি?


a) সোণ

b) ৰূপ

c) তাম

d) হীৰা


Ans: d) হীৰা


Q. সূৰ্যৰ পোহৰ পৃথিৱীলৈ আহোতে কিমান সময় লাগে ?


a) ৬ মিনিট


b) ১.২ মিনিট


c) ১৩ চেকেও


d) ৮ মিনিট


Ans: d) ৮ মিনিট


Q. পদার্থ কেইটা অৱস্থাত পোৱা যায় ?


a) এটা


b) দুটা


c) তিনিটা


d) বহুটো


Ans: c) তিনিটা


Q. আমাৰ শৰীৰৰ তেজ পৰিশোধন কৰা প্ৰধান অংগটোৰ নাম কি?

a) বৃক্ক


b) পাকস্থলী


c) মগজু


d) হাওঁফাওঁ


Ans: a) বৃক্ক


Q. পুৱতি তৰা হিচাপে খ্যাত গ্ৰহটো কি?


a) শনি


b) বুধ


c) শুক্র


d) মংগল


Ans: c) শুক্র


Q.তলৰ কোন বিধ মাটিত প্ৰধানকৈ হিউমাচ থাকে


a) বোকা মাটিত


b) বালীয়া মাটিত


c) পলসুৱা মাটিত


d) তিনিওবিধ মাটিত


Ans: c) পলসুৱা মাটিত


Q. আটাইতকৈ পাতল গেছ কি?


a) অক্সিজেন


b) নাইট্ৰ'জেন


c) হিলিয়াম


d) হাইড্ৰ'জেন


Ans: d) হাইড্ৰ'জেন


Q. মানুহৰ শৰীৰত কিমান ডাল হাড় আছে?


a) ১৩২

b) ২০৬

c) ২৬০

(d) ২০৮


Ans: b) ২০৬


Q. বতৰ অধ্যয়ন কৰা বিজ্ঞানীক কি বোলে?


a) বতৰ বিজ্ঞানী


b) বায়ু বিজ্ঞানী


c) ডাৱৰ বিজ্ঞানী


d) ভাষা বিজ্ঞানী


Ans: a) বতৰ বিজ্ঞানী


Q. সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কি ?


a) বুধ

b) শুক্র

c) নেপচুন

d) ইউৰেনাছ


Ans: d) ইউৰেনাছ


Q. সূৰ্যৰ পোহৰত কোনবিধ গেছ পোৱা যায় ?


a) হাইড্ৰ'জেন

b) অক্সিজেন

c) নাইট্ৰ'জেন

d) কার্বন-ডাই-অক্সাইড


Ans: a) হাইড্ৰ'জেন


Q. মানৱ শৰীৰৰ ক্ষুদ্রতম হাড় কি? 


a) ৰাজহাড়

b) ষ্টিৰাপ হাড়

c) কামিহাড়

d) বুকুৰ হাড়


Ans: b) ষ্টিৰাপ হাড়


Thanks for reading.

Source: Internet,Book

Post a Comment

1 Comments