অসমৰ কেইজনমান প্রথম অসমীয়া ব্যক্তি (তৃতীয় অৰু চতুৰ্থবৰ্গ পদৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নউত্তৰ || For Assam competitive exams specially Garde III , Grade IV and Assam Police )

 ১। প্রথম অসমীয়া গদ্য লেখক :

উত্তৰ :  ভট্টদেৱ।

২। প্রথম অসমীয়া ৰাষ্ট্রপতি :

উত্তৰ : ফখৰুদ্দিন আলি আহমেদ।

৩। প্রথম অসমীয়া চলচ্চিত্ৰ পৰিচালক :

উত্তৰ : প্রমথেশ বৰুৱা।

৪।প্রথম অসমীয়া অর্জুন বঁটা লাভ কৰোঁতা :

উত্তৰ : ভোগেশ্বৰ বৰুৱা

৫। উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ :

উত্তৰ : মীৰা শর্মা।

৬। কেন্দ্রীয় মন্ত্রীসভাৰ প্ৰথম মহিলা মন্ত্রী: 

উত্তৰ : ৰেণুকা দেৱী বৰকটকী।

৭। প্রথম অসমীয়া অলিম্পিয়ান :

উত্তৰ : টালিমেৰণ আও।

৮। প্রথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী :

উত্তৰ : ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য (১৯৭৯)। 

৯। প্রথম অসমীয়া চনেট কবি :

উত্তৰ : হেমচন্দ্র গোস্বামী।

১০। উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ : 

উত্তৰ : হলিৰাম ডেকা।

১১। ভাষা আন্দোলনৰ প্ৰথম ছহিদ :

উত্তৰ : ৰঞ্জিত বৰপূজাৰী। 

১২। ৰাষ্ট্ৰপতিৰ মেন অব দ্য নেচন' বঁটা পোৱা প্রথম অসমীয়া :

উত্তৰ : মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়া।

১৩। প্রথম অসমীয়া চাহ খেতিয়ক :

উত্তৰ : জগন্নাথ বৰুৱা।

১৪। বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষা :

উত্তৰ : বনেলি খংমেন

১৫। প্রথম অসমীয়া সৰস্বতী বঁটা লাভ কৰোঁতা :

উত্তৰ : ড॰ লক্ষ্মীনন্দন বৰা।

১৬। প্রথম অসমীয়া মহিলা মুখ্যমন্ত্রী :

উত্তৰ : ছৈয়দা আনোৱাৰা টাইমূৰ।

Post a Comment

0 Comments