১। প্রথম অসমীয়া গদ্য লেখক :
উত্তৰ : ভট্টদেৱ।
২। প্রথম অসমীয়া ৰাষ্ট্রপতি :
উত্তৰ : ফখৰুদ্দিন আলি আহমেদ।
৩। প্রথম অসমীয়া চলচ্চিত্ৰ পৰিচালক :
উত্তৰ : প্রমথেশ বৰুৱা।
৪।প্রথম অসমীয়া অর্জুন বঁটা লাভ কৰোঁতা :
উত্তৰ : ভোগেশ্বৰ বৰুৱা
৫। উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ :
উত্তৰ : মীৰা শর্মা।
৬। কেন্দ্রীয় মন্ত্রীসভাৰ প্ৰথম মহিলা মন্ত্রী:
উত্তৰ : ৰেণুকা দেৱী বৰকটকী।
৭। প্রথম অসমীয়া অলিম্পিয়ান :
উত্তৰ : টালিমেৰণ আও।
৮। প্রথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী :
উত্তৰ : ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য (১৯৭৯)।
৯। প্রথম অসমীয়া চনেট কবি :
উত্তৰ : হেমচন্দ্র গোস্বামী।
১০। উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ :
উত্তৰ : হলিৰাম ডেকা।
১১। ভাষা আন্দোলনৰ প্ৰথম ছহিদ :
উত্তৰ : ৰঞ্জিত বৰপূজাৰী।
১২। ৰাষ্ট্ৰপতিৰ মেন অব দ্য নেচন' বঁটা পোৱা প্রথম অসমীয়া :
উত্তৰ : মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়া।
১৩। প্রথম অসমীয়া চাহ খেতিয়ক :
উত্তৰ : জগন্নাথ বৰুৱা।
১৪। বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষা :
উত্তৰ : বনেলি খংমেন
১৫। প্রথম অসমীয়া সৰস্বতী বঁটা লাভ কৰোঁতা :
উত্তৰ : ড॰ লক্ষ্মীনন্দন বৰা।
১৬। প্রথম অসমীয়া মহিলা মুখ্যমন্ত্রী :
উত্তৰ : ছৈয়দা আনোৱাৰা টাইমূৰ।
0 Comments